ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাতল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাতল   বিশেষ্য

ଅର୍ଥ : পাতল হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : চিফনৰ কাপোৰ মিহি হয়

ସମକକ୍ଷ : মিহি

পাতল   বিশেষণ

ଅର୍ଥ : যʼত পানীৰ পৰিমাণ বেছি আছে

ଉଦାହରଣ : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল

ସମକକ୍ଷ : পাতলা

ଅର୍ଥ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

ଉଦାହରଣ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

ସମକକ୍ଷ : সহজ

ଅର୍ଥ : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়

ଉଦାହରଣ : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল

ସମକକ୍ଷ : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা

ଅର୍ଥ : যাৰ স্থূলতা বা ব্যাস কম

ଉଦାହରଣ : এই কাপোৰখন বৰ পাতল

ସମକକ୍ଷ : মিহি