ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাত   বিশেষ্য

ଅର୍ଥ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু

ଉଦାହରଣ : তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে

ସମକକ୍ଷ : পাট্টা

ଅର୍ଥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ଉଦାହରଣ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

ସମକକ୍ଷ : দল, পত্র, পর্ণ

ଅର୍ଥ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়

ଉଦାହରଣ : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে

ସମକକ୍ଷ : পৃষ্ঠা

ଅର୍ଥ : কাগজৰ সমান পাতল ধাতুৰ পাত

ଉଦାହରଣ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে

ସମକକ୍ଷ : পত্র