ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাণ্ডুলিপি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাণ্ডুলিপি   বিশেষ্য

ଅର୍ଥ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ

ଉଦାହରଣ : সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে

ସମକକ୍ଷ : খচৰা, পাণ্ডুলেখ

ଅର୍ଥ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ

ଉଦାହରଣ : এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে

ଅର୍ଥ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি

ଉଦାହରଣ : মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে

ସମକକ୍ଷ : পাণ্ডু-লিপি