ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰজাৰ প্রধান পত্নী
ଉଦାହରଣ : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
ସମକକ୍ଷ : মহাৰাণী, ৰাজমহিষী
ଅର୍ଥ : ৰজাৰ পত্নী
ଉଦାହରଣ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
ସମକକ୍ଷ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
ଅର୍ଥ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, বেগম, মহাদৈ, মহাৰাণী, মাদৈ, ৰাণী
ସଂସ୍ଥାପନ କରନ୍ତୁ