ଅର୍ଥ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে
ଉଦାହରଣ :
ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল
ସମକକ୍ଷ : পাগল ব্যক্তি
ଅର୍ଥ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে
ଉଦାହରଣ :
বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল
ଅର୍ଥ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে
ଉଦାହରଣ :
ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে
ସମକକ୍ଷ : বাউল
ଅର୍ଥ : মগজুৰ বিকৃতি ঘটা
ଉଦାହରଣ :
চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
ସମକକ୍ଷ : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল