ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পলোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পলোৱা   ক্ৰিয়া

ଅର୍ଥ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা

ଉଦାହରଣ : কয়দীজন জেলৰ পৰা পলাই গʼল

ସମକକ୍ଷ : পলাই যোৱা, পলায়ন কৰা

ଅର୍ଥ : প্রেমিক-প্রেমিকাই মনে মনে গুচি যোৱা কার্য

ଉଦାହରଣ : বিয়া পাতিবৰ কাৰণে তেওঁলোক দুয়ো ঘৰৰ পৰা পলাল