ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পলিচ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পলিচ   বিশেষ্য

ଅର୍ଥ : পোলেণ্ড দেশৰ অধিবাসী

ଉଦାହରଣ : সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল

ସମକକ୍ଷ : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী

ଅର୍ଥ : পোলেণ্ডৰ লোকৰ ভাষা

ଉଦାହରଣ : তেওঁ পলিচ আৰু ৰুছ সলসলীয়াকৈ কʼব পাৰে

ସମକକ୍ଷ : পলিচ ভাষা, পলিচ-ভাষা

ଅର୍ଥ : কোনো বস্তু জিলিকিবৰ কাৰণে তাৰ ওপৰত লগোৱা প্রলেপ বিশেষ

ଉଦାହରଣ : তেওঁ কিছুমান বস্তুৰ ওপৰত পলিচ লগাই আছে

ସମକକ୍ଷ : পʼলিচ, পালিচ

পলিচ   বিশেষণ

ଅର୍ଥ : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ

ଉଦାହରଣ : এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে