ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পলাতক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পলাতক   বিশেষ্য

ଅର୍ଥ : পলাই যোৱা লোক

ଉଦାହରଣ : পুলিচে পলাতকক বিচাৰি ফুৰিছে

ସମକକ୍ଷ : পলায়নকাৰী, পলৰীয়া

পলাতক   বিশেষণ

ଅର୍ଥ : পলাই যোৱা

ଉଦାହରଣ : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে

ସମକକ୍ଷ : পলায়নকাৰী, পলায়িত, পলৰীয়া, ফেৰাৰ

ଅର୍ଥ : পলায়ন কৰোতা

ଉଦାହରଣ : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে

ସମକକ୍ଷ : পলায়নকাৰী, পলায়নশীল, পলায়িত, পলৰীয়া

ଅର୍ଥ : যি নিজৰ পতি বা পত্নীক এৰিছে আৰু চোৱাচিতা কৰিবলৈ এৰি দিছে

ଉଦାହରଣ : তেওঁ পলাতক ব্যক্তিৰ পৰা নিজৰ অধিকাৰ নিশ্চয় বিচাৰিব লাগে

ଅର୍ଥ : যি সেৱাৰ প্রতি অনীহা দেখুৱায় বা সেৱা নকৰি পলাই গুচি যায় (বিশেষভাৱে সৈন্যবাহিনীৰ সেৱা)

ଉଦାହରଣ : ৰজাই পলাতক সৈনিকবোৰক প্ৰাণদণ্ড বিহাৰ ঘোষণা কৰিলে