ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
ଉଦାହରଣ : কয়দীজন জেলৰ পৰা পলাই গʼল
ସମକକ୍ଷ : পলায়ন কৰা, পলোৱা
ଅର୍ଥ : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
ଉଦାହରଣ : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
ସମକକ୍ଷ : পলাল, ভাগি যোৱা
ଅର୍ଥ : মনে মনে গুচি যোৱা
ଉଦାହରଣ : সি মোৰ টকা-পইচা লৈ পলাই গʼল
ସମକକ୍ଷ : উধাও হোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ