ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পর্যটন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পর্যটন   বিশেষ্য

ଅର୍ଥ : পইচাৰ বিনিময়ত পর্যটকক সেৱা প্রদান কৰা কাম বা পর্যটকৰ ফুৰা, খোৱা, থকা আদিৰ ব্যৱস্থা কৰা কাম

ଉଦାହରଣ : মহেশে পর্যটনৰ ্পৰা ভালেখিনি টকা উপার্জন কৰে বার্মু্দাত পর্যটন এক মুখ্য ব্যৱসায়

ଅର୍ଥ : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য

ଉଦାହରଣ : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে

ସମକକ୍ଷ : পৰিভ্রমণ