ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পর্ব ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পর্ব   বিশেষ্য

ଅର୍ଥ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

ଉଦାହରଣ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

ସମକକ୍ଷ : অধ্যায়, খণ্ড

ଅର୍ଥ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

ଉଦାହରଣ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

ସମକକ୍ଷ : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ

ଅର୍ଥ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম

ଉଦାହରଣ : বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান

ସମକକ୍ଷ : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম

ଅର୍ଥ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ

ଉଦାହରଣ : বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই

ସମକକ୍ଷ : বর্ষাঙ্ক