ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
ଉଦାହରଣ : পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
ସମକକ୍ଷ : চানা
ଅର୍ଥ : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
ଉଦାହରଣ : মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
ସମକକ୍ଷ : চীজ
ସଂସ୍ଥାପନ କରନ୍ତୁ