ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পদ   বিশেষ্য

ଅର୍ଥ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান

ଉଦାହରଣ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে

ସମକକ୍ଷ : স্থান

ଅର୍ଥ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে

ଉଦାହରଣ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই

ସମକକ୍ଷ : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি

ଅର୍ଥ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা

ଉଦାହରଣ : কবিতা ৰচনা কৰা লোকক কবি বোলে

ସମକକ୍ଷ : কবিতা, কাব্য, পদ্য

ଅର୍ଥ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ

ଉଦାହରଣ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়

ଅର୍ଥ : গোৱা কার্য ্বা ভাব

ଉଦାହରଣ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

ସମକକ୍ଷ : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত

ଅର୍ଥ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে

ଉଦାହରଣ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে

ସମକକ୍ଷ : চৰণ, পাদ, পাৱ, ভৰি