ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দীঘল আৰু বহল সমতল ভূমি
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
ସମକକ୍ଷ : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান
ଅର୍ଥ : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই
ଉଦାହରଣ : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা
ସମକକ୍ଷ : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র
ସଂସ୍ଥାପନ କରନ୍ତୁ