ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে পথ ভুল কৰিছে
ଉଦାହରଣ : শ্যামে বিপথগামী লোকক পথ দেখুৱাই আছে
ସମକକ୍ଷ : পথচ্যুত, পথহাৰা, বিপথগামী, বিপথচাৰী
ଅର୍ଥ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
ଉଦାହରଣ : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
ସମକକ୍ଷ : পতিত, ভ্রষ্ট
ସଂସ୍ଥାପନ କରନ୍ତୁ