ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ଉଦାହରଣ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
ସମକକ୍ଷ : খত, চিঠি, চিঠি-পত্র, পত্রিকা
ଅର୍ଥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
ଉଦାହରଣ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
ସମକକ୍ଷ : দল, পর্ণ, পাত
ଅର୍ଥ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
ଉଦାହରଣ : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
ସମକକ୍ଷ : পত্রিকা
ଅର୍ଥ : কাগজৰ সমান পাতল ধাতুৰ পাত
ଉଦାହରଣ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
ସମକକ୍ଷ : পাত
ସଂସ୍ଥାପନ କରନ୍ତୁ