ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পতিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পতিত   বিশেষণ

ଅର୍ଥ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়

ଉଦାହରଣ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়

ସମକକ୍ଷ : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট

ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়

ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে

ସମକକ୍ଷ : অধঃপতিত, অধোগত, অৱনত, অৱনমিত

ଅର୍ଥ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা

ଉଦାହରଣ : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে

ସମକକ୍ଷ : পথভ্রষ্ট, ভ্রষ্ট