ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ଉଦାହରଣ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
ସମକକ୍ଷ : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
ଅର୍ଥ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ଉଦାହରଣ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
ସମକକ୍ଷ : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
ଅର୍ଥ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
ଉଦାହରଣ : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
ସମକକ୍ଷ : পথভ্রষ্ট, ভ্রষ্ট
ସଂସ୍ଥାପନ କରନ୍ତୁ