ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পতা   বিশেষ্য

ଅର୍ଥ : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ

ଉଦାହରଣ : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে

ସମକକ୍ଷ : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা

ଅର୍ଥ : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়

ଉଦାହରଣ : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে

ସମକକ୍ଷ : চকুৰ পতা, নেত্রপল্লৱ

পতা   ক্ৰিয়া

ଅର୍ଥ : অনুকূল হোৱা

ଉଦାହରଣ : আৰে ! সেই ছোৱালীজনী পতি গʼল