ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পণ   বিশেষ্য

ଅର୍ଥ : কিবা কাম কৰা বা নকৰাৰ সম্পর্কত ্কৰা সঠিক নিশ্চিতি

ଉଦାହରଣ : ভীষ্মই আজীৱন ্ব্রহ্মচর্য ব্রত ্পালন কৰাৰ প্রতিজ্ঞা কৰিছিল

ସମକକ୍ଷ : প্রতিজ্ঞা

ଅର୍ଥ : পাশা, জুৱা আদি খেলৰ সময়ত হৰা-জিকাৰ কাৰণে খেলুৱৈৰ সন্মুখত ৰখা বস্তু বা ধন আদি

ଉଦାହରଣ : যুধিষ্ঠিৰে পাশা খেলত দ্রৌপদীক পণ হিচাপে ৰাখিছিল