ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পঢ়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পঢ়া   বিশেষ্য

ଅର୍ଥ : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

ଉଦାହରଣ : ৰামে বেদ পাঠ কৰি আছে

ସମକକ୍ଷ : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

ଅର୍ଥ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

ଉଦାହରଣ : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

ଅର୍ଥ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

ଉଦାହରଣ : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

ଅର୍ଥ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

ଉଦାହରଣ : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

ଅର୍ଥ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

ଉଦାହରଣ : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

ସମକକ୍ଷ : অধ্যয়ন কৰা

ଅର୍ଥ : শিক্ষা গ্রহণ কৰা

ଉଦାହରଣ : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

ସମକକ୍ଷ : পঢ়াশুনা কৰা