ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
ଉଦାହରଣ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
ସମକକ୍ଷ : ধৰণি, পটী, পট্টি, পট্টী, বন্ধনী, বেণ্ডেজ, বেন্দেজ
ଅର୍ଥ : শিৰৰ সেওঁতাৰ দুয়োফালৰ চুলিক ফণীৰে আঁচুৰি পৰিপাটীকৈ সজোৱা একধৰণৰ কেশসজ্জা
ଉଦାହରଣ : শীলাই নিজৰ চুলিখিনিক পটিৰ ৰূপ দি আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ