ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মছলা আদি পিহিব পৰা শিলৰ পাট:গীতাই ভিজোৱা দাইলখিনি পটাত পিচিছে
ଉଦାହରଣ :
ସମକକ୍ଷ : জাঁত
ଅର୍ଥ : কোনো বস্তু পিচিব পৰা শিলৰ বা লোহাৰ টুকুৰা
ଉଦାହରଣ : কবিৰাজে খুন্দনাত কিছুমান ঔষধ পিচি আছে
ସମକକ୍ଷ : খুন্দনা, পিহনা
ଅର୍ଥ : পিচিব বা গুৰি কৰিব পৰা বস্তু
ଉଦାହରଣ : ৰামুৱে পিচিবৰ কাৰণে পিহনাখন বস্তাত ভৰাই আছে
ସମକକ୍ଷ : পিহনা
ସଂସ୍ଥାପନ କରନ୍ତୁ