ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
ଉଦାହରଣ : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
ସମକକ୍ଷ : নামাংকন, নামাঙ্কন, পঞ্জীয়ন
ଅର୍ଥ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
ଉଦାହରଣ : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
ସମକକ୍ଷ : পঞ্জীয়ন, ৰেজিষ্টাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ