ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পকা   ক্ৰিয়া

ଅର୍ଥ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা

ଉଦାହରଣ : পাচিটোৰ গোটেইবোৰ আম পকা

ସମକକ୍ଷ : পৰিপক্ক হোৱা

ଅର୍ଥ : দিশ পৰিব্্র্তন ্ কৰা

ଉଦାହରଣ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

ସମକକ୍ଷ : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা

ଅର୍ଥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

পকা   বিশেষণ

ଅର୍ଥ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

ଉଦାହରଣ : তেওঁ ্ পকা আম খাই আছে

ସମକକ୍ଷ : পৰিপক্ক

ଅର୍ଥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

ଉଦାହରଣ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

ସମକକ୍ଷ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত

ଅର୍ଥ : পুঁজেৰে ভৰি থকা

ଉଦାହରଣ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত

ସମକକ୍ଷ : গেলা