ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
ଉଦାହରଣ : পাচিটোৰ গোটেইবোৰ আম পকা
ସମକକ୍ଷ : পৰিপক্ক হোৱা
ଅର୍ଥ : দিশ পৰিব্্র্তন ্ কৰা
ଉଦାହରଣ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
ସମକକ୍ଷ : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
ଅର୍ଥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
ଅର୍ଥ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ଉଦାହରଣ : তেওঁ ্ পকা আম খাই আছে
ସମକକ୍ଷ : পৰিপক্ক
ଅର୍ଥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ଉଦାହରଣ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
ସମକକ୍ଷ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
ଅର୍ଥ : পুঁজেৰে ভৰি থকা
ଉଦାହରଣ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
ସମକକ୍ଷ : গেলা
ସଂସ୍ଥାପନ କରନ୍ତୁ