ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
ଉଦାହରଣ : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
ସମକକ୍ଷ : আধুনিক, নতুন, নবীনতম, লেটেষ্ট
ଅର୍ଥ : যাৰ আগতে অস্তিত্ব নাই
ଉଦାହରଣ : আমি কোনো নতুন কাম কৰিব লাগে
ସମକକ୍ଷ : অভিনৱ, নতুন, নবীন
ଅର୍ଥ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
ଉଦାହରଣ :
ସମକକ୍ଷ : অভিনৱ, ন, নতুন, নবীন, নব্য
ଅର୍ଥ : আঠ যোগ এক
ଉଦାହରଣ : এই কলমটোৰ দাম ন টকা
ସମକକ୍ଷ : ন, ৯
ସଂସ୍ଥାପନ କରନ୍ତୁ