ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
ଉଦାହରଣ : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
ସମକକ୍ଷ : জহন্নাম, দোখজ, নর্ক, যমপুৰী
ଅର୍ଥ : বহুত লেতেৰা বা কষ্টকৰ ঠাই
ଉଦାହରଣ : সন্ত্রাসবাদৰ কৱলত পৰি এই চহৰখন আমাৰ কাৰণে নৰক হৈ পৰিছে
ସମକକ୍ଷ : জহন্নাম
ସଂସ୍ଥାପନ କରନ୍ତୁ