ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ন্যায়াধীশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ন্যায়াধীশ   বিশেষ্য

ଅର୍ଥ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে

ଉଦାହରଣ : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল

ସମକକ୍ଷ : দণ্ডাধীশ, মেজিষ্ট্রেট

ଅର୍ଥ : আদালতৰ সোধ লোৱা বিচাৰক যিয়ে কোনো গোচৰৰ ৰায় প্রদান কৰে

ଉଦାହରଣ : বিশ্বাসী আৰু সৎ ব্যক্তিহে এজন ভাল ন্যায়াধীশ হʼব পাৰে

ସମକକ୍ଷ : জজ, হাকিম