ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নেপালী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নেপালী   বিশেষ্য

ଅର୍ଥ : নেপালৰ নিবাসী

ଉଦାହରଣ : তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে

ସମକକ୍ଷ : নেপাল বাসী, নেপাল-বাসী

ଅର୍ଥ : নেপাল দেশৰ ভাষা

ଉଦାହରଣ : বন্যাই নেপালীত কিতাপ লিখি আছে

ସମକକ୍ଷ : নেপালী ভাষা, নেপালী-ভাষা

নেপালী   বিশেষণ

ଅର୍ଥ : নেপাল দেশৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : ৰমেশে নেপালী টুপি পিন্ধি আছে

ଅର୍ଥ : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে

ଅର୍ଥ : নেপালত থকা বা বসতি কৰা

ଉଦାହରଣ : তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে