ଅର୍ଥ : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
ଉଦାହରଣ :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
ଅର୍ଥ : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
ଉଦାହରଣ :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
ସମକକ୍ଷ : চর্দাৰ, প্রধান ব্যক্তি
ଅର୍ଥ : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
ଉଦାହରଣ :
বাজপেয়ী এগৰাকী ভাল নেতা
ସମକକ୍ଷ : নায়ক