ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নেট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নেট   বিশেষ্য

ଅର୍ଥ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ଉଦାହରଣ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

ସମକକ୍ଷ : জাল

ଅର୍ଥ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ଉଦାହରଣ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

ସମକକ୍ଷ : জাল

ଅର୍ଥ : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ଉଦାହରଣ : তেওঁ বলটো গোলৰ জালত মাৰিলে

ସମକକ୍ଷ : গোল-নেট, জাল

ଅର୍ଥ : কম্পিউটাৰ সম্বন্ধী এক সার্বভৌম প্রণালী যাৰ দ্বাৰা কম্পিউটাবোৰৰ মাজত বার্তা প্রেৰণ কৰা হয়

ଉଦାହରଣ : ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে মই নিজৰ ই-মেইল চাব নোৱাৰো

ସମକକ୍ଷ : ইন্টাৰনেট