ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নেজাল তৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নেজাল তৰা   বিশেষ্য

ଅର୍ଥ : কেতিয়াবা কেতিয়াবা ৰাতিৰ আকাশত দেখিবলৈ পোৱা ইফালে-সিফালে যোৱা বা পৃথিৱীলৈ নামি অহা যেন লগা এক উজ্জ্বল পিণ্ড

ଉଦାହରଣ : শ্যামে জ্যোতির্বিজ্ঞানৰ অন্তর্গত ় উল্কাৰ বিষয়ে অধ্যয়ন কৰি আছে

ସମକକ୍ଷ : উল্কা, উল্কাপিণ্ড, পপীয়া তৰা

ଅର୍ଥ : গ্রহৰ দৰে সূর্যৰ ্ চাৰিওফালে পৰিভ্রমণ কৰা শিল, বালি, বৰফ, গেছ আদিৰে গঠিত সৰু সৰু খণ্ড, যি সৌৰমণ্ডলৰ অন্তর্গত:ধুমকেতু কেতিয়াবা কেতিয়াবা দেখা পোৱা যায়

ଉଦାହରଣ :

ସମକକ୍ଷ : ধুমকেতু