ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ পিছফালে নেজৰ দৰে কিবা বস্তু লাগি থাকে
ଉଦାହରଣ : কিছুমান তৰা নেজাল হয়
ଅର୍ଥ : নেজ থকা
ଉଦାହରଣ : নেজাল জন্তুৱে মহ, মাখি আদি খেদিবলৈ নিজৰ নেজৰ ব্যৱহাৰ কৰে
ସମକକ୍ଷ : নেজযুক্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ