ଅର୍ଥ : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
ଉଦାହରଣ :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
ସମକକ୍ଷ : চেঁ্চা পৰা, নুমোৱা
ଅର୍ଥ : জুই জ্বলি নিজে-নিজে বা পানী আদি পৰাৰ কাৰণে নজ্বলা এক অৱস্থা
ଉଦାହରଣ :
চৌকাৰ জুই নুমাল
ସମକକ୍ଷ : নুমুৱা