ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত কোনো সোৱাদ নাই
ଉଦାହରଣ : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
ସମକକ୍ଷ : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
ଅର୍ଥ : যিটো ৰুচিপূর্ণ নহয়
ଉଦାହରଣ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
ସମକକ୍ଷ : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ