ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিৰূপণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিৰূপণ   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ আগত কোনো বিচাৰ বা মন্তব্য ভালদৰে উপস্থাপন কৰা কার্য ্বা ভাব

ଉଦାହରଣ : এই কবিতাত কবিয়ে মাতৃত্ব ভাবৰ নিৰূপণ সুন্দৰভাৱে কৰিছে

ସମକକ୍ଷ : ৰূপায়ণ

ଅର୍ଥ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

ଉଦାହରଣ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

ସମକକ୍ଷ : উপস্থাপন, প্রতিপাদন, প্রমাণ কৰা

ଅର୍ଥ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

ଉଦାହରଣ : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

ସମକକ୍ଷ : পৰখ, পৰীক্ষণ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা