ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত কোনো বিকল্প নাথাকে বা বিকল্পৰ অভাৱ
ଉଦାହରଣ : এই সমস্যাটোকলৈ মই নিৰুপায় হৈ পৰিলোঁ
ସମକକ୍ଷ : উপায়হীন, বিকল্পহীন
ଅର୍ଥ : যাৰ কোনো উপায় নাই
ଉଦାହରଣ : তেওঁ নিৰুপায় হৈ সমস্যাৰ মাজত সোমাই পৰিল
ଅର୍ଥ : যাৰ ওচৰত কোনো উপায় নাই
ଉଦାହରଣ : নিৰুপায় ৰমেশে কান্দিবলৈ ধৰিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ