ଅର୍ଥ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ଉଦାହରଣ :
এই কামটোৰ তদাৰক ৰামে কৰিছে
ସମକକ୍ଷ : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
ଅର୍ଥ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
ଉଦାହରଣ :
তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
ସମକକ୍ଷ : পর্যবেক্ষণ