ଅର୍ଥ : মনে মনে থকা অৱস্থা বা কার্য
ଉଦାହରଣ :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
ସମକକ୍ଷ : নিমাত, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
ଅର୍ଥ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
ସମକକ୍ଷ : নিস্তব্ধতা, নীৰৱতা, শান্তি, শ্্ব্দহীনতা