ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিয়ম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিয়ম   বিশেষ্য

ଅର୍ଥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ଉଦାହରଣ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

ସମକକ୍ଷ : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি

ଅର୍ଥ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

ଉଦାହରଣ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

ସମକକ୍ଷ : কায়দা, বাদ, সিদ্ধান্ত

ଅର୍ଥ : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা

ଉଦାହରଣ : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়

ଅର୍ଥ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

ଉଦାହରଣ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

ସମକକ୍ଷ : দফা, ধাৰা