ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ কোনো অর্থ ্নাথাকে
ଉଦାହରଣ : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
ସମକକ୍ଷ : অনর্থক, অর্থহীন
ଅର୍ଥ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
ଉଦାହରଣ : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
ସମକକ୍ଷ : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, ্অলাগতিয়াল, ্বেকাৰ
ଅର୍ଥ : যাৰ কোনো ফল বা পৰিণাম নাই
ଉଦାହରଣ : মই তেওঁক বুজোৱাৰ নিষ্ফল প্রয়াস কৰিলোঁ
ସମକକ୍ଷ : নিষ্ফল, বিফল, ব্যর্থ
ସଂସ୍ଥାପନ କରନ୍ତୁ