ଅର୍ଥ : যিয়ে কোনো কাম নকৰে
ଉଦାହରଣ :
আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
ସମକକ୍ଷ : অকর্মণ্য ব্যক্তি
ଅର୍ଥ : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
ଉଦାହରଣ :
তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
ସମକକ୍ଷ : কর্মবিহীন