ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ଉଦାହରଣ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : মন্দ, ৰস
ଅର୍ଥ : ভাল গোন্ধ
ଉଦାହରଣ : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
ସମକକ୍ଷ : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
ଅର୍ଥ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
ଉଦାହରଣ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
ସମକକ୍ଷ : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
ସଂସ୍ଥାପନ କରନ୍ତୁ