ଅର୍ଥ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
ଉଦାହରଣ :
ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
ସମକକ୍ଷ : সমাধান কৰা
ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ଉଦାହରଣ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ସମକକ୍ଷ : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা