ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সমাপ্ত হোৱাৰ ভাব বা কার্য
ଉଦାହରଣ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
ସମକକ୍ଷ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
ଅର୍ଥ : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া
ଉଦାହରଣ : মোৰ সমস্যাৰ সমাধান হৈ গʼল
ସମକକ୍ଷ : মীমাংসা, সমাধান, সমিধান, সিদ্ধান্ত
ଅର୍ଥ : মিত-মাত কৰা কার্য ্বা ভাৱ
ଉଦାହରଣ : মই ঘৰুৱা বিবাদৰ নিষ্পত্তি কৰি সোনকালেই ঘূৰি আহিম
ସମକକ୍ଷ : ফৈচলা, ফয়চলা, মিত-মাত
ସଂସ୍ଥାପନ କରନ୍ତୁ