ଅର୍ଥ : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
ଉଦାହରଣ :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
ଅର୍ଥ : যʼত ইচ্ছা নাথাকে
ଉଦାହରଣ :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
ସମକକ୍ଷ : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
ଅର୍ଥ : যʼত কাম বাসনা নাই
ଉଦାହରଣ :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
ସମକକ୍ଷ : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম