ଅର୍ଥ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
ଉଦାହରଣ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
ସମକକ୍ଷ : নির্দিষ্ট, নি্র্ধাৰিত, সঠিক, সুনিশ্চিত
ଅର୍ଥ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
ଉଦାହରଣ :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
ସମକକ୍ଷ : অটল, অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী
ଅର୍ଥ : যিটো নি্র্ধাৰিত বা নিশ্চিত
ଉଦାହରଣ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
ସମକକ୍ଷ : ঠিক, নির্দিষ্ট, নি্র্ধাৰিত, নিয়ত, সঠিক