ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাক গঢ়ি কোনো আকাৰ দিয়া হয়
ଉଦାହରଣ : সীতাই বজাৰৰ পৰা মাটিৰে গঢ়া এটা গণেশৰ মূর্তি কিনিলে
ସମକକ୍ଷ : আকাৰপ্রদত্ত, আৰূপিত, গঢ়া-, সজা-
ଅର୍ଥ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
ଉଦାହରଣ : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
ସମକକ୍ଷ : কৃত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ସଂସ୍ଥାପନ କରନ୍ତୁ