ଅର୍ଥ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
ଉଦାହରଣ :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
ସମକକ୍ଷ : নিশ্চিত, নি্র্ধাৰিত, সঠিক, সুনিশ্চিত
ଅର୍ଥ : যাৰ নির্দেশ ্কৰা হৈছে
ଉଦାହରଣ :
এই নক্সাত তী্র্থ্্স্থানসমূহক গোল চিহ্নৰ দ্বাৰা নির্দেশিত কৰা হৈছে
ସମକକ୍ଷ : নির্দেশিত
ଅର୍ଥ : যিটো নি্র্ধাৰিত বা নিশ্চিত
ଉଦାହରଣ :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
ସମକକ୍ଷ : ঠিক, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক