ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিযুক্ত কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিযুক্ত কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

ଉଦାହରଣ : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

ସମକକ୍ଷ : বনোৱা

ଅର୍ଥ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা

ଉଦାହରଣ : সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে

ସମକକ୍ଷ : পঠোৱা

ଅର୍ଥ : কামত লগোৱা

ଉଦାହରଣ : এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে

ସମକକ୍ଷ : কাম দিয়া, চাকৰি দিয়া