ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
ଉଦାହରଣ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
ସମକକ୍ଷ : ক্ষণিক, পলক
ଅର୍ଥ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
ଉଦାହରଣ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
ସମକକ୍ଷ : ক্ষণ, লহমা
ଅର୍ଥ : চকুৰ পলক বা পচাৰ
ଉଦାହରଣ : নিমিষত পৃথিৱী ওলট-পালট হʼব পাৰে
ସମକକ୍ଷ : নিমিষ
ସଂସ୍ଥାପନ କରନ୍ତୁ